Meaning : বঞ্চিত হোৱা
							Example : 
							সন্তোষে নিজ পিতৃৰ অন্তিম ্দর্শন কৰিবলৈ থাকি গʼল
							
Synonyms : থাকি যোৱা
Meaning : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা
							Example : 
							বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল
							
Synonyms : থাকি যোৱা
Meaning : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
							Example : 
							মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
							
Synonyms : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰখা
Meaning : কোনো বিশেষ কাৰণত কোনো কাম নোহোৱাকৈ থাকি যোৱা
							Example : 
							পৰীক্ষাত মোৰ দুটা প্রশ্ন ৰৈ গʼল
							
Synonyms : বাদ পৰিল
Meaning : বাকী থাকি যোৱা
							Example : 
							ভালে কেইবাৰ ঘঁহি ্ঘঁহি ধোৱাৰ পিছতো এই দাগটো ৰৈ গʼল