Meaning : বিচাৰি সন্মুখত ৰখা কার্য
							Example : 
							পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে
							
Synonyms : উলিওৱা
Meaning : নিজৰ হাতলৈ অহা আনৰ কোনো বস্তু নিজৰ ওচৰত ৰাখি থোৱা
							Example : 
							শীলাই নিজৰ ননদৰ গহনাখিনি হস্তগত কৰিছে