Meaning : কোনো বস্তুৰ বঢ়া-টুটা, এৰা-ধৰা বা পৰি্ৱর্তন কৰিব পৰা গুণ
							Example : 
							গছৰ পাতল পাতল ঠানিবোৰৰ স্থিতিস্থাপকতা গুণ আছে
							
Synonyms : নমনীয়তা, পৰি্ৱর্তন্্সাধ্যতা
Meaning : স্থিতিস্থাপকতাৰ ভাব বা ক্রিয়া
							Example : 
							স্থিতিস্থাপকতাৰ কাৰণে এই এছাৰিডাল বেঁ্কা হৈ গʼল