Meaning : যাক নিজৰ স্থানৰ পৰা আঁ্তৰাই পঠোৱা হৈছে
							Example : 
							স্থানচ্যুতৰ পুনর্বাস সমস্যাৰ সমাধান এতিয়ালৈকে হোৱা নাই
							
Meaning : কোনো বস্তুক নিজৰ স্থানৰ পৰা আঁ্তৰাই দিয়া কার্য
							Example : 
							কৃত্রিম উপগ্রহক ৰকেটৰ জৰিয়তে  স্থানচ্যুত কৰা হয়
							
Meaning : নিজৰ স্থানৰ পৰা আঁতৰ্াই দিয়া
							Example : 
							তেওঁ ্ স্থানচ্যুত বস্তুবোৰ আকৌ নিজৰ নিজৰ ঠাইত ৰাখিছিল
							
Synonyms : অপসাৰিত, অপসৃত, দূৰীকৃত, দূৰীভূত, স্থানান্তৰিত