Meaning : ছটিয়াই দিয়া অৱস্থা বা ভাব
							Example : 
							খেতি পথাৰত বীজ সিঁচা ভালদৰে কৰিব লাগে
							
Meaning : কোনো তৰল পদার্থ ছটিওৱা কার্য
							Example : 
							ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
							
Synonyms : ছটিওৱা
Meaning : কোনো বস্তু ইফালে-সিফালে পেলোৱা
							Example : 
							চিকাৰীয়ে ভৰিৰ তলত দানা ছটিয়াইছে
							
Synonyms : ছটিওৱা
Meaning : চাৰিওফালে প্রসাৰিত কৰা
							Example : 
							খেতিয়কজনে পথাৰত বীজ সিঁচি আছে
							
Synonyms : সিঁচি দিয়া, সিঁচৰতি কৰা
Meaning : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
							Example : 
							খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
							
Synonyms : গুটি ছটিওৱা, গুটি সিঁচা, ছটিওৱা