Meaning : দুটা বস্তুৰ মাজত কোনো ধৰণৰ সম্পর্কৰ বিষয়ে বর্ণ্্না কৰা তত্ত্ববিশেষ
							Example : 
							একেলগে থাকোতে থাকোতে জন্তুৰ লগতো সম্বন্ধ হৈ যায়
							
Synonyms : সম্বন্ধ
Meaning : মানুহৰ সেই পাৰস্পৰিক সম্বন্ধ যিটো এটা বংশত জন্ম লোৱা অথবা বিবাহ আদি কৰাৰ পৰা হয়
							Example : 
							মাধুৰিমাৰ সৈতে আপোনাৰ সম্পর্ক কি ?
							
Synonyms : সম্বন্ধ
Meaning : একেলগে মিলি থকা, জোৰা লগা বা বান্ধ খোৱা কার্য
							Example : 
							বানপানীৰ কাৰণে গাঁৱৰ সম্বন্ধ অন্য ঠাইৰ সৈতে বিচ্ছিন্ন হৈ পৰিল প্রেম-ভাৱেৰে পাৰস্পৰিক ্সম্পর্কত ঘনিষ্ঠতা আনিব পাৰি
							
Synonyms : সম্বন্ধ
Meaning : কথা-বতৰাৰ আদান প্রদান
							Example : 
							মই ভালেমান দিনৰ পৰা আপোনাৰ সৈতে সম্পর্ক কৰিবলৈ বিচাৰি আছিলোঁ
							
Synonyms : ্যোগাযোগ