Meaning : উচিত-অনুচিত বিচাৰ নকৰি কোনো এক পক্ষৰ প্রতি দেখুওৱা সহানুভূতি আৰু সেই পক্ষক ্ সমর্থন ্ কৰা কার্য ্ বা ভাৱ
							Example : 
							আমি পক্ষপাতিতাৰ উর্ধত গৈ সকলোৰে কল্যাণৰ কাৰণে কাম কৰা উচিত
							
Synonyms : অনিৰপেক্ষতা, একদেশদর্শিতা, পক্ষপাত, পক্ষপাতিতা, পক্ষপাতিত্ব, পক্ষানুৰাগ, পক্ষাৱলম্বন, বিপক্ষতা