Meaning : কোনো কাম বা বস্তু আদিৰ অন্ত কৰা
							Example : 
							প্রথমে এই কামটো সমাপ্ত কৰা
							
Synonyms : সমাপ্ত কৰা
Meaning : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
							Example : 
							এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
							
Synonyms : কৰা, ঠিক কৰা, নিষ্পত্তি কৰা, সম্পাদন কৰা
Meaning : কোনো বস্তু মানুহৰ সন্মুখত ব্যৱহাৰ কৰিবৰ কাৰণে ৰখা বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া
							Example : 
							মহাজন ধনীৰামে নিজৰ লʼৰাৰ জন্মদিনত বহুত ধন খৰচ কৰিলে
							
Synonyms : ক্ষয় কৰা, খৰচ কৰা, নোহোৱা কৰা