Meaning : শৰীৰ ক্ষীণাই যোৱা অৱস্থা
							Example : 
							তেওঁ ্লাহে-লাহে ক্ষীণকায় হৈ গৈ আছে
							
Synonyms : ক্ষীণকায় হোৱা, হাড় ওলাই অহা
Meaning : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা
							Example : 
							অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে
							
Synonyms : শুকোৱা
Meaning : উজ্জ্বলতা কমি যোৱা
							Example : 
							বেয়া খবৰটো পাই তেওঁৰ মুখখন ম্লান পৰি গʼল
							
Synonyms : জঁয়্্ পৰা, নিস্তেজ হোৱা, বি্বর্ণ ্ হোৱা, মলিন হোৱা, মোলান পৰা, ম্লান পৰা, মৰহি যোৱা, শেঁত্া পৰা