Subscribe
URL of the page has been copied to clipboard.
Meaning : অপৰাধীৰ ভৰিত বান্ধি ৰাখিবলৈ ব্যৱহাৰ কৰা লোহাৰ খাৰু
Example : চিপাহীয়ে তাৰ ভৰিত শিকলি লগাই দিলে
Synonyms : খাৰুৱা, জঞ্জিৰ, জিঁজিৰি, জিঞ্জিৰি, বেৰি, শৃঙ্খল
Meaning : ধাতুৰ খাৰুৰে বনোৱা ৰচী
Example : জন্তুক ৰচী বা শিকলিৰে বান্ধি ৰখা হয়
Meaning : পশু বা জীৱ-জন্তু আদি বান্ধি ৰাখিবৰ কাৰণে সিহঁতৰ ডিঙিত পিন্ধোৱা ধাতুৰ শৃংখল বিশেষ
Example : কুকুৰটো শিকলিৰে বান্ধি লোৱা
Install App