Meaning : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়
							Example : 
							বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা
							
Synonyms : বেয়া
Meaning : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়
							Example : 
							স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে  তেওঁৰ মনটো মলিন হৈ আছে
							
Synonyms : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা-পেতেৰা