Meaning : লাটভিয়াৰ লোকসকলৰ ভাষা
							Example : 
							তোমাৰ বাবে লাটভিয়ান শিকি লোৱা ভাল হʼব
							
Synonyms : লাটভিয়ান ভাষা
Meaning : লাটভিয়াৰ অধিবাসী
							Example : 
							সন্মিলনখনিৰ শুভাৰম্ভ লাটভিয়াবাসীকেইজনে কৰিলে
							
Synonyms : লাটভিয়া বাসী, লাটভিয়া-বাসী, লাটভিয়াবাসী
Meaning : লাটভিয়া সম্বন্ধী বা লাটভিয়াৰ
							Example : 
							ইয়ান লাটভিয়ান কলাৰ প্রদর্শনী চলিছে
							
Meaning : লাটভিয়ান ভাষা সম্বন্ধী বা লাটভিয়ান ভাষাৰ
							Example : 
							লাটভিয়ান সংবাদ পত্রত ছপা হোৱা সংবাদৰ ওপৰত চর্চা চলি আছে