Meaning : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে
							Example : 
							ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই
							
Synonyms : গন্তব্য, লক্ষ্য স্থান
Meaning : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়
							Example : 
							তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !
							
Synonyms : নিচান
Meaning : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়
							Example : 
							অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল
							
Synonyms : নিচান
Meaning : যাৰ ওপৰত কোনো উদ্দেশ্যৰে দৃষ্টি ৰখা হয় বা উদৃষ্ট পদার্থ ্বা কথা
							Example : 
							এই বছৰ ঘেঁহুৰ ্উৎপাদনৰ লক্ষ্য দহ লাখ টন ৰখা হৈছে