Meaning : এজন মানুহে এবাৰত একেলগে পিন্ধা সকলো কাপোৰ
							Example : 
							তেওঁ বাকচত থোৱা কাপোৰবোৰৰ মাজৰ পৰা এযোৰ কাপোৰ উলিয়াই পিন্ধিলে
							
Synonyms : যোৰ
Meaning : কোনোধৰণৰ কামত অহা দুটা বস্তু যাক একেলগে এটা বুলি গণ্য কৰা হয়
							Example : 
							মোৰ ছোৱালীজনীক বছৰত পাঁচযোৰ জোতা-চেণ্ডেল লাগে
							
Synonyms : যোৰ
Meaning : দুজন ব্যক্তি, বস্তু আদিৰ ইটো-সিটোৰ সৈতে সহযোগ বা সম্বন্ধ থকা
							Example : 
							তেওঁলোকৰ ্যোৰা বহুত ভাল লাগে