Meaning : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
							Example : 
							চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে
							
Synonyms : ইন্দ্র-জাল, ইন্দ্রজাল, চমৎকাৰ, মায়া জাল, মায়া-জাল
Meaning : দর্শকে ৰহসয্ বুজিব নোৱাৰা এক ধৰণৰ অদ্ভূত খেল
							Example : 
							যাদুকৰে যাদুৰে মিঠাই বনাই দিলে
							
Meaning : কাৰোবাৰ অহিত চিন্তা কৰিবলৈ বা দেৱ-দেৱীৰ বাধা দূৰ কৰিবলৈ প্রয়োগ কৰা কোনো অলৌকিক শক্তি বা ভূত-প্রেত বিশ্বাস কৰি কৰা কাম
							Example : 
							আজিৰ বিজ্ঞানীয়ে যাদু-মন্ত্রৰ ওপৰত বিশ্বাক নকৰে
							
Synonyms : ইন্দ্রজালবিদ্যা, কুহক, কুহকবিদ্যা, টাটক-নাটক, তন্ত্র-মন্ত্র, ভেলেকী, ভেলেকীবাজী, মায়া, যাদু-মন্ত্র, যাদুবিদ্যা