Meaning : মৰিছাছৰ নিবাসী
							Example : 
							মৰিছাছবাসী সকলৰ ভাৰতৰ প্রতি টান আছে
							
Synonyms : মৰিছাছ বাসী, মৰিছাছ-বাসী, মৰিছাছবাসী
Meaning : মৰিছাছ সৈতে সম্পর্কীত বা মৰিছাছৰ
							Example : 
							মৰিছিয়ান হিন্দুসকলে নিজৰ সংস্কৃতিক সযতনে ৰাখিছে
							
Synonyms : মৰিছাছ সম্বন্ধী