Meaning : জীৱৰ জন্ম আৰু মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হোৱা অৱস্থা
							Example : 
							সৎ লোকৰ মোক্ষ প্রাপ্তি হয়
							
Synonyms : কৈৱল্য, চিৰনিবৃত্তি, নি্র্বাণ, পৰমগতি, পৰমপদ, পৰমার্থ, পৰিনি্র্বাণ, মহানি্র্বাণ, মোক্ষ, মোক্ষপদ
Meaning : মুক্ত হোৱা অৱস্থা বা ভাব
							Example : 
							কালিলৈ মাধৱক জেলৰ পৰা মুক্তি দিয়া হʼব
							
Synonyms : বন্ধনহীনতা