Meaning : কোনো ধর্ম ্বা পন্থৰ প্রচাৰ কৰোতা সংস্থা
							Example : 
							স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছনৰ প্রতিস্থা কৰিছিল এজন যোগ্য গুৰুৰ দ্বাৰা এই মিছনৰ সঞ্চালন কৰা হয়
							
Synonyms : মিছন
Meaning : কোনো বিশেষ কার্য কৰিবৰ কাৰণে কʼৰবালৈ পঠোৱা মানুহৰ দল
							Example : 
							মিছন নিজৰ উদ্দেশ্যত সফল হʼল
							
Synonyms : মিছন