Meaning : যিটো স্বীকাৰ কৰা হৈছে
							Example : 
							এইটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত পৰিযোজনা
							
Synonyms : স্বীকৃত
Meaning : যি প্রতিষ্ঠা লাভ কৰিছে
							Example : 
							পণ্ডিত মহেশ নিজৰ ক্ষেত্রত এজন প্রতিষ্ঠিত ব্যক্তি
							
Synonyms : অগ্রগনীয়, গণ্যমান্য, নাম থকা-, প্রতিষ্ঠিত, মাননীয়, সন্মানিত, সম্ভ্রান্ত
Meaning : মানিবৰ যোগ্য
							Example : 
							এই কথাবোৰ যদি মান্য হয় তেতিয়াহে সকলোৱে বিশ্বাস কৰিব