Meaning : মূল্য বা দাম কম হোৱা কার্য ্বা ভাৱ
							Example : 
							বজাৰত এতিয়া মন্দা অৱস্থা চলি আছে
							
Synonyms : মন্দা
Meaning : বজাৰত বিক্রী কম হোৱা কার্য ্বা অৱস্থা
							Example : 
							শেয়াৰ বজাৰত হঠাৎ অহা মন্দাৰ কাৰণে তেওঁ বহুত ্লোকচান ভৰিলে
							
Synonyms : মন্দা