Meaning : বেদৰ যি বাক্যৰ দ্বাৰা যজ্ঞ আদি কৰাৰ বিধান আছে
							Example : 
							প্রাচীন কালত বেদমন্ত্রৰ পাঠ কৰা হৈছিল
							
Synonyms : বেদমন্ত্র, বৈদিক ছন্দ
Meaning : কোনো কাম সোনকালে হৈ যোৱা উপায় বা কোনো কাম কৰাৰ বিশেষ ধৰণ বা পদ্ধতি
							Example : 
							এই কামটো সোনকালে হোৱাৰ কিবা বিশেষ উপায় এটা কওক
							
Synonyms : গূঢ়তত্ত্ব, বিশেষ উপায়, মূলমন্ত্র
Meaning : যি শ্্ব্দ বা বাক্যৰ জপ ইষ্ট সিদ্ধি বা কোনো দেৱতাক প্রসন্ন কৰিবৰ বাবে জপ কৰা হয়
							Example : 
							পুৰোহিতে মহামৃত্যুঞ্জয় মন্ত্রৰ জপ কৰি আছে
							
Synonyms : স্তুতি মন্ত্র