Meaning : একাগ্র মনেৰে কোনো এক বিষয়ত লাগি থকা কার্য
							Example : 
							মনোযোগৰ অবিহনে সফলতা লাভ কৰিব নোৱাৰি
							
Meaning : ধ্যানেৰে পূর্ণ ্ অৱস্থা বা ভাব
							Example : 
							সৰিতাই সকলো কাম একাগ্রতাৰে কৰে
							
Synonyms : একনিষ্ঠা, একাগ্রচিত্ততা, একাগ্রতা, ঐকান্তিকতা, দৃঢ়তা, ধ্যানপূর্ণত্া, নিবিষ্টচিত্ততা, নিবিষ্টতা, মগ্নতা
Meaning : কোনো কথা বা কামত মন লীন হোৱা দশা বা ভাব
							Example : 
							ৰমেশে বৰ মনোযোগেৰে পঢ়ে
							
Synonyms : ধ্যান