Meaning : মনো বিজ্ঞানৰ জ্ঞাতা
							Example : 
							তেওঁ এজন সুপ্রসিদ্ধ মনোবৈজ্ঞানিক
							
Meaning : মনোবিজ্ঞানৰ জ্ঞান থকা লোক
							Example : 
							এই সন্মিলনখনত দেশ-বিদেশৰ মনোবৈজ্ঞানিকসকলে ভাগ লʼব
							
Synonyms : মনোবিজ্ঞানী
Meaning : মনোবিজ্ঞান বিষয়ত যাৰ ভাৰ দখল আছে
							Example : 
							ইয়াত ভাল মনোবৈজ্ঞানিকৰ অভাৱ আছে
							
Synonyms : মনোবিজ্ঞানী