Meaning : ধ্যানেৰে পূর্ণ ্ অৱস্থা বা ভাব
							Example : 
							সৰিতাই সকলো কাম একাগ্রতাৰে কৰে
							
Synonyms : একনিষ্ঠা, একাগ্রচিত্ততা, একাগ্রতা, ঐকান্তিকতা, দৃঢ়তা, ধ্যানপূর্ণত্া, নিবিষ্টচিত্ততা, নিবিষ্টতা, মনোযোগ
Meaning : নিমগ্ন হোৱা অৱস্থা বা ভাব
							Example : 
							দিবাকৰে একাগ্রতাৰে নিজৰ কামত লাগি আছে
							
Synonyms : একাগ্রচিত্ততা, একাগ্রতা, তন্ময়তা, নিবিষ্টচিত্তে, নিমগ্ননতা, মনোযোগিতা