Meaning : ভ্রষ্টাচাৰত লিপ্ত ব্যক্তি
							Example : 
							ভ্রষ্টাচাৰীয়ে আমাৰ দেশখন খুলি-খুলি খাইছে
							
Meaning : ভ্রষ্টাচাৰৰ সৈতে সম্বন্ধ
							Example : 
							ভ্রষ্টাচাৰী গতিবিধিত লিপ্ত হোৱাৰ কাৰণে তেওঁ নিলম্বিত হʼল
							
Meaning : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ
							Example : 
							চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ
							
Synonyms : চৰিত্রহীন, দুশ্চৰিত্র, দুৰাচাৰী