Meaning : মানুহৰ মাত অনুসৰণ কৰিব পৰা ঘৰত পোহা এবিধ সেউজীয়া ৰঙৰ চৰাই
							Example : 
							সজাত থকা ভাটৌটোৱে ৰাম ৰাম বুলি কৈছে
							
Synonyms : ভাটৌ চৰাই
Meaning : ভাটৌ জাতিৰ মাইকী
							Example : 
							মোহনে তাৰ ঘৰত এজনী ভাটৌ পুহিছে
							
Synonyms : ভাটৌ(জনী), মাইকী ভাটৌ