Meaning : ভোজন কৰাৰ নিশ্চিত সময়
							Example : 
							আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়
							
Synonyms : সময়
Meaning : ৰুটি, পুৰি আদি বনাবলৈ বেলনাত আটাৰ লদা লৈ বেলনা মাৰিৰে পাতল কৰা কার্য
							Example : 
							সীমাই বৰ খৰকৈ বেলিব পাৰে