Meaning : বিৰোধ কৰোতা ব্যক্তি
							Example : 
							বিৰোধীসকলক নিজৰ দলৰ সৈতে চামিল কৰি লোৱাই ভাল হʼব
							
Synonyms : বিৰোধক
Meaning : যি বিৰোধত আছে
							Example : 
							এইবাৰৰ নি্র্বাচনত তেওঁ বিৰোধী দলৰ সৈতে হাত মিলাইছে
							
Meaning : বিৰোধ কৰোতা
							Example : 
							বিৰোধী নেতাসকলৰ মুখ কেনেকৈ বন্ধ কৰা যায় ?