Meaning : প্রিয় ব্যক্তিৰ সৈতে মিলন নোহোৱা কার্য বা ভাব
							Example : 
							সুৰদাসকৃত ৰাধাৰ বিৰহৰ ্বর্ণ্্না অতি মর্মান্তিক
							
Meaning : কোৰোবাৰ সৈতে বিচ্ছেদ হোৱা বা কোনো আঁতৰি যোৱা এক অৱস্থা বা ভাব
							Example : 
							ৰাধাই কৃষ্ণৰ বিৰহ সহিব লগীয়া হৈছিল
							
Synonyms : বিয়োগ
Meaning : বেলেগ বা পৃথক হোৱা কার্য, ্অৱস্থা বা ভাব
							Example : 
							বিবাহৰ পিছতহে তেওঁ বিৰহৰ দুখ সহিব লগা হʼল
							
Synonyms : বিচ্ছেদ