Meaning : বেলেগ বেলেগ ভাগ বা অংশত ভগোৱা কার্য ্বা ভাব
							Example : 
							ৰামে নিজৰ দুইজন লʼৰাৰ কাৰণে ঘৰৰ বিভাজন কৰিলে
							
Synonyms : ভাগ-বাটোৱাৰা
Meaning : কোনো এটা সংখ্যাৰে আন এটা সংখ্যা ভাগ কৰা কার্য
							Example : 
							আজি গণিতৰ শ্রেণীত হৰণ অংক শিকোৱা হʼব
							
Synonyms : হৰণ অংক