Meaning : আনৰ কথাক উপেক্ষা কৰি নিজৰ কথা কʼবলৈ বিচৰা কার্য
							Example : 
							তেওঁৰ বিতণ্ডাত সকলো অসন্তুষ্ট হৈছে
							
Meaning : অনাহকত কৰা তর্ক ্বা বিবাদ
							Example : 
							এনে ধৰণৰ বাক-বিতণ্ডাৰ পৰা আচলতে তুমি কি পোৱা ?
							
Synonyms : বাক-বিতণ্ডা, বাদ-বিতণ্ডা