Meaning : নিজক কৰা উপকাৰ মানি লোৱা লোক
							Example : 
							আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
							
Synonyms : কৃতজ্ঞ, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য
Meaning : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
							Example : 
							আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
							
Synonyms : কৃতকৃত্য, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য