Meaning : বিশ আৰু দুইক যোগ কৰিলে পোৱা সংখ্যা
							Example : 
							এঘাৰ আৰু এঘাৰ মিলি বাইশ হয়
							
Synonyms : একুৰি দুই, দ্বাবিংশতি
Meaning : বিশ আৰু দুই
							Example : 
							নিজৰ কাব্য প্রতিভাৰ কাৰণে শ্যাম বাইশ বছৰ বয়সতে প্রসিদ্ধ হৈ পৰিল
							
Synonyms : দ্বা-বিংশ, দ্বা-বিংশতি, দ্বাবিংশ, দ্বাবিংশতি