Meaning : এৰা বা ত্যাগ কৰা বা পৃথক কৰা
							Example : 
							সমাজৰ পৰা বহিষ্কৃত কৰা মানুহৰ ঘৰৰ লগত কোনো লোকে সম্পর্ক ্বজাই ৰাখিব নিবিচাৰে
							
Synonyms : খাৰিজ
Meaning : বাহিৰ কৰা বা উলিয়াই পঠিওৱা
							Example : 
							প্রতিযোগিতাৰ পৰা বহিষ্কৃত খেলুৱৈসকলে কৈফিয়ৎ  দিয়াৰ কাৰণে আৰু এবাৰ সুযোগ প্রদান কৰা হʼব
							
Synonyms : খাৰিজ