Meaning : যিজনে কাণেৰে ভালদৰে শুনা নাপায় বা একেবাৰে নুশুনে
							Example : 
							এই বিদ্যালয়খন বধিৰসকলৰ কাৰণে খোলা হৈছে
							
Meaning : যিজনে শুনা নাপায়
							Example : 
							প্রদীপে কলা-বোবা লোকৰ বাবে বধিৰ বিদ্যালয় খোলাৰ কথা ভাবিছে
							
Synonyms : কলা, কাণ গধুৰ, শ্রুতিশক্তিহীন, শ্রুতিহীন, শ্রুতিৰহিত, শ্রৱণশক্তিৰহিত, শ্রৱণৰহিত