Meaning : কাৰোবাৰ পৰা কোনো বস্তু আনিবলৈ, বনাবলৈ বা কোনো কাম কৰিবৰ কাৰণে কোৱা বা অনুৰোধ কৰা কার্য
							Example : 
							তেওঁ নৃত্যপটীয়সী গৰাকীক নিজৰ মনপচন্দৰ গানৰ ফৰমাইচ কৰিলে
							
Synonyms : ফৰমাইচি
Meaning : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ
							Example : 
							দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে
							
Synonyms : অনুৰোধ