Meaning : যোগ্যতা, বিশেষত্ব, সামর্থ্য, গুণ আদি জানিবৰ কাৰণে পৰিশোধন সম্বন্ধীয় কাম কৰা বা কোনো বিশেষ কাম কৰা
							Example : 
							সোণাৰীজনে সোণৰ শুদ্ধতা পৰীক্ষা কৰি আছে
							
Synonyms : প্রমাণ কৰা, পৰীক্ষা কৰা
Meaning : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণ নি্র্ণ্্য় কৰা
							Example : 
							পুলিচে তথ্য সমূহৰ অনুসন্ধান কৰি আছে
							
Synonyms : অনুসন্ধান কৰা, অন্বেষণ কৰা