Meaning : কোনো ৰাস্তা আদিৰ সেই পাৰ যʼৰ পৰা মানুহ কোনো দিশে যাব পাৰি
							Example : 
							প্রৱেশ দ্বাৰত ঘূৰোতেই মই মহেশক লগ পালোঁ
							
Meaning : যিখন দুৱাৰেদি ঘৰ আদিত প্রৱেশ কৰা হয়
							Example : 
							তেওঁ প্রৱেশদ্বাৰত থিয় হৈ আগন্তুকক স্বাগত সম্ভাষণ জনায় আছিল
							
Synonyms : প্রৱেশ পথ, প্রৱেশদ্বাৰ
Meaning : কোনো ভৱন বা ঘেৰা আদিৰ সকলোতকৈ আগৰ বা বাহিৰৰ দুৱাৰ
							Example : 
							দুর্গটোৰ এইখন মুখ্যদ্বাৰ
							
Synonyms : মুখ্য দুৱাৰ, মুখ্যদ্বাৰ