Meaning : কাৰোবাৰ মনত লালসা উপজাকৈ কৰা কাম
							Example : 
							দীপিকাই নিজৰ ভায়েকক চকলেট দেখুৱাই প্রলুব্ধ কৰি আছে
							
Synonyms : লুব্ধ কৰা
Meaning : কাৰোবাক কিবা দেখুৱাই সেইটো পাবৰ কাৰণে অধীৰ কৰা
							Example : 
							সাধাৰণতে ডাঙৰে সৰু লʼৰা-ছোৱালীক ওচৰলৈ মাতিবৰ কাৰণে
							
Synonyms : প্রলোভিত কৰা, লুব্ধ কৰা