Meaning : পুনৰ অহা বা ঘূৰি অহা কার্য
							Example : 
							প্রত্যাৱর্তনৰ সময়ত আমি বাৰাণসী হৈ আহিম
							
Meaning : উভতি অহা কার্য ্বা ভাব
							Example : 
							আজি শ্যাম গাঁৱৰ পৰা ঘূৰি অহা সম্ভৱ নহʼব
							
Synonyms : উভতি অহা, ঘূৰি অহা, প্রত্যাগমন, ফিৰি অহা
Meaning : পুনৰাই অহা বা দ্বিতীয়বাৰ অহা কার্য
							Example : 
							অতিথিৰ পুনৰাগমনত গৃহস্থ হতবাক হʼল
							
Synonyms : পুনৰাগমন, প্রত্যাগমন