Meaning : কোনো বস্তুৰ চাৰিভাগৰ এভাগ
							Example : 
							ইয়াৰ ওজন এপোৱা
							
Synonyms : এক চতুর্থাংশ, এপোৱা, পঁচিশ শতাংশ, ২৫ শতাংশ
Meaning : সমান অৱস্থাত উপনীত হোৱা অৱস্থা
							Example : 
							তুমি নিজৰ ককাইদেউৰ বিদ্বানতা কেতিয়াও নোপোৱা
							
Meaning : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা
							Example : 
							এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ
							
Synonyms : লাভ কৰা
Meaning : কোনো পদ, স্থান আদিলৈকে আহি পোৱা
							Example : 
							নিজৰ কষ্টৰ বলত ্তেওঁ ই্মানখিনিলৈকে পালেহি
							
Meaning : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা
							Example : 
							অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি
							
Synonyms : উপনীত হোৱা
Meaning : প্রাপ্ত হোৱা বা পোৱা কার্য
							Example : 
							তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই  মই বহুত ধন লাভ কৰিলো
							
Synonyms : প্রাপ্তি ঘটা, লাভ কৰা
Meaning : পৰি থকা বস্তু উঠোৱা
							Example : 
							আজি মহাবিদ্যালয়ৰ প্রাংগনত মই এটা ঘড়ী পালো
							
Meaning : ভেটা-ভেটি হোৱা বা সাক্ষাৎ হোৱা
							Example : 
							আজি মই ্ শর্মাৰ ঘৰলৈ গৈছিলো, কিন্তু তেওঁক ্ লগ নাপালো
							
Synonyms : ভেটা-ভেটি হোৱা, মুখা-মুখি হোৱা, লগ পোৱা, সাক্ষাৎ লাভ কৰা
Meaning : নিজৰ অধিকাৰ সাব্যস্ত কৰা
							Example : 
							অশোকে কলিংগত জয় লাভ কৰিছিল
							
Synonyms : প্রাপ্ত কৰা, লাভ কৰা
Meaning : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল
							Example : 
							
							
Synonyms : অহা, আগমন কৰা, উপস্থিত হোৱা
Meaning : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য
							Example : 
							ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি
							
Synonyms : উপনীত হোৱা
Meaning : কোনো বিষয়ত কাৰোবাৰ সমান সমান কৰা
							Example : 
							মোৰ দেউতাই মোক পঢ়াই-শুনাই ইয়ালৈকে পোৱালেহি
							
Meaning : চাৰিভাগৰ এক অংশ
							Example : 
							তেওঁ ্দোকানৰ পৰা এক পোৱা ঘিঁউ কিনিলে
							
Meaning : নিৰ্দিষ্ট স্থানত উপনীত কৰা
							Example : 
							পোৱা সামগ্ৰীখিনিৰ তালিকা কʼত আছে