Meaning : কোনো ব্যক্তিৰ মৃত পিতৃ, মাতৃ, ককাক , আইতাক আদি পূর্বপুৰুষ
							Example : 
							পিতৃপক্ষত পূর্বপুৰুষক তর্পণ দিয়া হয়
							
Synonyms : উপৰিপুৰুষ, পূর্বপুৰুষ
Meaning : ককা, আজুককা আদি, যি পুৰণি হৈ গৈছে বা আগৰ
							Example : 
							ৰাম, কৃষ্ণ আদি আমাৰ পূর্বজ আছিল
							
Synonyms : আদিপুৰুষ, পিতৃপুৰুষ, পূর্বপুৰুষ