Meaning : পাৰত লগোৱা
							Example : 
							নাবিকে তিনি ঘণ্টাত নদী পাৰ কৰিলে
							
Meaning : নি্র্বাহ কৰা বা অতিবাহিত কৰা
							Example : 
							তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে
							
Synonyms : অতিবাহিত কৰা, কটোৱা, নি্র্বাহ কৰা
Meaning : কিহবাৰ আগলৈ আগবঢ়াই লৈ যোৱা
							Example : 
							ড্রাইভাৰে কাৰখন ট্রাকখনতকৈ আগুৱাই নিলে
							
Synonyms : আগবঢ়োৱা
Meaning : পাৰ হোৱা বা ব্যতিত হোৱা
							Example : 
							মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল
							
Synonyms : অতিবাহিত কৰা, কটোৱা