Meaning : আঁৰ কৰিবলৈ বিশেষকৈ দুৱাৰ-খিৰিকিত ওলোমাই ৰখা কাপোৰ
							Example : 
							তেওঁৰ দুৱ্াৰত এখন উৱলি যোৱা পর্দা লগাই থৈছে
							
Synonyms : আঁৰ, আঁৰ-ক্াপোৰ, চিক, ঢাপলিকা, পর্দ্দা
Meaning : যন্ত্র আদিৰ সহায়ত চিত্র ্প্রদর্শন কৰিব পৰা এক ধৰণৰ পাতল চাদৰৰ দৰে উপকৰণ
							Example : 
							এই চিনেমা হলটোৰ পর্দা বহুত সৰু
							
Synonyms : স্ক্রীণ
Meaning : আঁৰ কৰিব পৰা এক প্রকাৰৰ উপকৰণ
							Example : 
							এটা কোঠাক বাঁহৰ কাঠীৰে তৈয়াৰী পর্দাৰে চাৰি ভাগত বিভাজিত কৰা হʼল
							
Synonyms : পৰদা