Meaning : গছৰ পাতেৰে সজা জুপুৰী বা পঁ্জা
							Example : 
							প্রাচীন কালত মুনি, তপস্বী আদিয়ে বনত পর্ণকুটীৰ সাজি বাস কৰিছিল
							
Synonyms : ্পর্ণ্্শালা
Meaning : ঘাঁহ-খেৰ আদিৰে সজা সৰু ঘৰ
							Example : 
							ৰামে গাঁৱৰ বাহিৰত থাকিবৰ কাৰণে এটা পঁ্জা সাজিলে
							
Synonyms : কুটীৰ, খুপৰি, খেৰীঘৰ, জুপুৰী, টোকোৰা পঁ্জা, পঁ্জা, বহা, ্পর্ণ্্শালা