Meaning : যি ৰাজনীতিৰ ক্ষেত্রত আগুৱাই লৈ যায়
							Example : 
							সংসদ গৌৰৱ অক্ষুণ্ণ ৰখাটো নেতাসকলৰ হাতত আছে
							
Meaning : যিজন ব্যক্তি সকলোতে মুখ্য বা প্রধান
							Example : 
							মোহন এই সংগঠনটোৰ প্রধান ব্যক্তি
							
Synonyms : চর্দাৰ, প্রধান ব্যক্তি
Meaning : কোনো ক্ষেত্র বা বিষয়ত কাৰোবাক নেতৃত্ব দিয়া লোক
							Example : 
							বাজপেয়ী এগৰাকী ভাল নেতা
							
Synonyms : নায়ক