Meaning : তুচ্ছ বা নগণ্য হোৱা অৱস্থা বা ভাব
							Example : 
							কোনো কথাৰ কাৰণে আমি হীনতা অনুভৱ কৰিব নালাগে
							
Synonyms : উলাই, তুচ্ছজ্ঞান, তুচ্ছতা, হীনতা
Meaning : দুর্জন ্হোৱাৰ অৱস্থা বা ভাব
							Example : 
							দুষ্টতাৰ পৰা আঁতৰি থাকা
							
Synonyms : অসাধুতা, দুর্জ্্নতা, দুষ্টতা, শঠতা