Meaning : বাহিৰৰ ফালে টান বাকলি থকা এবিধ ডাঙৰ গোলাকাৰ ফল, যাৰ ভিতৰত মিঠা শাহ আৰু পানী থাকে!
							Example : 
							তেওঁ ্ সদায় নাৰিকলৰ পানী খায়
							
Synonyms : নাৰিকেল
Meaning : খেজুৰ জাতিৰ এবিধ গছ যাৰ ডাঙৰ গোলাকাৰ ফলৰ ভিতৰত মিঠা পানী আৰু বগা মিঠা শাহ থাকে
							Example : 
							এই জংঘলত নাৰিকল গছ বেছিকৈ আছে
							
Synonyms : নাৰিকল গছ