Meaning : উচ্ছন্ন বা নষ্ট হোৱা
							Example : 
							ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
							
Synonyms : অনিষ্ট কৰা, উছন কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নষ্ট কৰা, বিনাশ কৰা
Meaning : লাহে লাহে হ্রাস বা কম কৰা
							Example : 
							গছবোৰ কাটি আমি প্রাকৃতিক সম্পদৰ ক্ষতিসাধন কৰিছো
							
Synonyms : ক্ষতি কৰা, ক্ষতিসাধন কৰা