Meaning : কাৰোবাৰ অংগী-ভংগী অথবা কথা বতৰাৰ ভালদৰে কৰা আনুকৰণ
							Example : 
							ডাঙৰৰ নকল কৰা ভাল বুলি ধৰা নহয়
							
Meaning : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা
							Example : 
							শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে
							
Synonyms : অনুকৰণ কৰা, অনুসৰণ কৰা